8 Min.

3: মগজুক শক্তিশালী কৰা ১০টা উপা‪য়‬ Jeevan Uddipana (জীৱন উদ্দীপনা): Assamese Podcast by Dr Kamal Krishna Nath

    • Selbstverwirklichung

মগজুটো হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কাৰণ ই অন্য সকলোবোৰ অংগ নিয়ন্ত্ৰণ কৰে। আজিৰ এই খণ্ডটো মগজুক শক্তিশালী কৰা ১০ ট এনে উপায়ৰ কথা আলোচনা কৰা হৈছে যিটো পালন কৰিবলৈ বিশেষ টান নহয় কিন্তু ই আমাৰ জীৱনলৈ উল্লেখনীয় পৰিবৰ্তন কঢ়িয়াই আনিব পাৰে। তেন্তে শুনি থাকক আজিৰ এই খণ্ডটো।