NewzNow খবৰ — দিনটোৰ মুখ্য খবৰ

NewzNow

প্ৰতিদিনে সন্ধিয়া NewzNow-ৰ মুখ্য খবৰসমূহ অসমীয়াত — কেইমিনিটমানতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ শুনক। newznow.in

Episodes

  1. 10 Nov

    মঙলবাৰ, ১০ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • আগন্তুক অসম বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ! • জুলাই–ছেপ্টেম্বৰত ভাৰতৰ নিবনুৱা হাৰ ৫.১%লৈ হ্ৰাস, গ্ৰামাঞ্চলত অধিক উন্নতি: মোদী চৰকাৰৰ দাবী • বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ড কাৰ্যকৰী হ’ব শ্বেখ হাছিনাৰ! দাবী চৰকাৰী অধিবক্তাৰ • ‘‘দিমাগী নক্সাল’’ক নিৰ্মূল কৰাই পৰৱৰ্তী লক্ষ্য: কিৰেণ ৰিজিজু • ‘ৰাষ্ট্ৰবিৰোধী’ কোন ? — প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ • দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড, কামৰূপ মহানগৰত ২২টা • মুখ্যমন্ত্ৰী মাফিয়াৰ চৰ্দাৰ, ছিণ্ডিকেট-মাফিয়াৰ দ্বাৰাহে পৰিচালিত হয় আৰক্ষী-প্ৰশাসন : বিধায়ক অখিল গগৈ • ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং’ প্ৰকাশ

  2. 9 Nov

    সোমবাৰ, ৯ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • এইবাৰ হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অভিযান; ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ • দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া শিশুৰ • নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশৰ, শ্বেখ হাচিনাক ‘পলাতক সন্ত্ৰাসবাদী’ আখ্যা • ‘ডিমাগী নক্সাল’ মন্তব্যক লৈ মোদীক পুনৰ বিতৰ্কৰ আহ্বান ৰাহুলৰ • দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ভাৰতীয় মহিলা টেষ্ট-এদিনীয়া দলত জিন্টিমণি কলিতা • ‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়’—কংগ্ৰেছক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ • সেনালৈ সামগ্ৰী যোগানৰ নামত ১১.৫০ কোটি টকাৰ প্ৰৱঞ্চনা; শিলিগুৰিত হৰ্ষ আগৰৱাল গ্ৰেপ্তাৰ • সংসদৰ বৰ্ষাকালীন অধিৱেশন ৮৮ দিনেও আনুষ্ঠানিকভাৱে সমাপ্ত নহ’ল! ২০০৮ চনৰ অভিলেখ ভংগ

  3. 7 Nov

    শনিবাৰ, ৭ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • কিয় প্ৰধানমন্ত্ৰীৰ আসনত বহা নাছিল ছোনীয়া গান্ধী ? ২২ বছৰ পাছত ক'লে নিজ মুখে • ‘জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মই দুমুখীয়া শিল্পী নহয়’, সংবাদমেলত স্পষ্টীকৰণ মানস ৰবিনৰ • বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, শিৱসাগৰত আৰক্ষী-আছু কৰ্মীৰ মাজত হতাহতি • উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান • ছিয়াং প্ৰকল্প বাতিলৰ দাবী; অৰুণাচলৰ প্ৰতিবাদকাৰীৰ পদযাত্ৰা ধেমাজি হৈ অসমত প্ৰৱেশ • জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ২২ নৱেম্বৰত খানাপাৰাত সমাৱেশৰ আহ্বান মানস ৰবিনৰ • ছাত্ৰৰ প্ৰতিবাদ: কংগ্ৰেছ চৰকাৰক প্ৰকাশ ৰাজৰ সমালোচনা • ৯ নৱেম্বৰত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা

  4. 5 Nov

    বৃহস্পতিবাৰ, ৫ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ • CJPৰ দুই নেতাই আমেৰিকা-পাকিস্তানৰ পৰা ধন লাভ কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ • ২৩ বছৰীয়া যাত্ৰাৰ সামৰণি, আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় ৰোনাল্ডোৰ • জুবিনৰ হত‍্যাত অভিযুক্তই জামিন পালে কঁপিব অসম; সোণাপুৰত বিশাল গণসমাৱেশত অখিল গগৈৰ সকীয়নি • হোটেল বিলাশত কি হৈছিল? কেনেকৈ গুলীয়াইছিল ঘনকান্তই? স্ব-গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বৰ্ণনা সত্যেন্দ্ৰ পাঠকৰৰ • দুদিনেও সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা, ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ আপত্তি • আটকৰ মুহূৰ্তৰ পৰাই ২৪ ঘণ্টাৰ গণনা: সৰ্বোচ্চ ন্যায়ালয় • ৰাহুলজী আপুনি ভিয়েটনামত কিমান দিন আছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল, কিয় গৈছিল ? : অমিত শ্বাহে

  5. 4 Nov

    বুধবাৰ, ৪ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • ২০,৭৩৬ কোটি টকাৰ হিচাপ নাই অসম চৰকাৰৰ! ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰক লৈ CAGৰ কঠোৰ প্ৰশ্ন • আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পলৈ মোক্ষম আঘাত! ছিনেটৰ নিয়ন্ত্ৰণ ডেম’ক্ৰেটিক পাৰ্টিৰ হাতলৈ • শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত ঘাতক ঘনকান্ত গগৈৰ মৃত্যু • দুটাতকৈ অধিক সন্তানৰ বাবে শাস্তিমূলক আইন অপ্ৰাসংগিক! দুটা সন্তানৰ নীতি পুনৰ বিবেচনাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ • ‘ন্যায় পোৱা যেন অনুভৱ হৈছে’, ঘনকান্ত গগৈৰ মৃত্যুত ভৰালী পৰিয়ালৰ স্বস্তি • ট্ৰাম্পৰ দলৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ ইৰানৰ প্ৰতিক্ৰিয়া, ‘যুদ্ধক নাকচ কৰিছে আমেৰিকাৰ জনতাই’ • ‘পুনৰ SIR কৰক, বাবৰ-ঔৰংজেৱৰ সকলো নাম কৰ্তন কৰক’—মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ • ডিব্ৰুগড়ৰ AMCHত হ’ব ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধাৰ অভাৱ

  6. 2 Nov

    সোমবাৰ, ২ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • নৱেম্বৰৰ পৰা বৃদ্ধি পাব বিদ্যুৎ বিল, ১৫৫.৫৯ কোটি টকাৰ অতিৰিক্ত মাচুল সংগ্ৰহত APDCL-ক অনুমতি AERC-ৰ • ‘‘ভৰালী পৰিয়ালে বাৰে বাৰে মাতিছিল ঘনকান্তক’’: আৰক্ষীৰ জেৰাত কি ক’লে অভিযুক্তৰ পত্নী জোনমণিয়ে? • ‘এয়া ভোট বচাও সমাৱেশ নহয়, অনুপ্ৰৱেশকাৰী বচাও সমাৱেশ’—অমিত শ্বাহৰ কটাক্ষ • অসম-অৰুণাচল সীমান্ত বিবাদ নিষ্পত্তিৰ চেষ্টা, ৰয়িঙত আঞ্চলিক সমিতিৰ বৈঠক • ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে ৩৬ ঘণ্টীয়া বন্ধ, অৰুণাচলৰ আপাৰ ছিয়াঙত জনজীৱন ব্যাহত • ‘দিল্লীলৈ মাতি নি লুৰীণজ্যোতিক অৱজ্ঞা ৰাহুল গান্ধীৰ’: বিজেপি • বিমান ভাড়া ৭০০% বৃদ্ধিৰ দাবীত ছুপ্ৰিম ক’ৰ্টৰ মন্তব্য—‘বিমানত নাযাব’ • ডিমা হাছাওত চূণশিলৰ খননৰ পৰা বছৰি ১,০১৪ কোটি টকা লাভৰ সম্ভাৱনা: মুখ্যমন্ত্ৰী

  7. 1 Nov

    দেওবাৰ, ১ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

    • ‘জ্ঞানেশ কুমাৰ নোযোৱালৈকে যুঁজ অব্যাহত থাকিব’: ৰামলীলা ময়দানত খাৰ্গে • দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইন! ৮ ঘণ্টাৰো কম হ’ব যাত্ৰাৰ সময়? • ছিমলাত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা, ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্তৰ • ১ নৱেম্বৰৰ পৰা বৃদ্ধি পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম • ‘ৰামলীলা ময়দান ৪০ শতাংশ খালী আছিল’, INDIA মিত্ৰজোঁটৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা BJPৰ • দিল্লীৰ বিৰোধী ঐক্যৰ সমাৱেশক ঐতিহাসিক আখ্যা গৌৰৱ গগৈৰ • ‘চলো দিল্লী’ প্ৰতিবাদৰ বাবে ৰামলীলা ময়দানত সমৱেত INDIA মিত্ৰজোঁটৰ লক্ষাধিক সমৰ্থক • ধুবুৰীৰ আলমগঞ্জত বৃহৎ উচ্ছেদ অভিযান, মাজাৰৰ কাষত কান্দোনত ভাগি পৰিল বহু লোক

  8. 31 Oct

    শনিবাৰ, ৩১ অক্টোবৰ ২০২৬ — NewzNow খবৰ

    • জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ , খাৰ্গেৰ বাসগৃহত প্ৰতীকী সংসদ • মুখ্যমন্ত্ৰীক SITয়ে জেৰা নকৰালৈকে জুবিন গাৰ্গে ন্যায় লাভ কৰাত সন্দেহ আছে: নীলমণি সেন ডেকা • GMCHত স্থাপন হ’ব ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপি কেন্দ্ৰ • ঘনকান্ত গগৈৰ বাসগৃহত তিনিঘণ্টাৰ তালাচীত আৰক্ষীয়ে নাপালে লীজৰ নথি, গাড়ীৰ চাবি • ‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে’—জুবিনৰ ন্যায়ৰ যুঁজত অখিলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাতুল বৰাই • INDIA মিত্ৰজোঁটৰ দিল্লী সমাৱেশৰ পূৰ্বে কংগ্ৰেছলৈ পাঁচটা প্ৰশ্ন কিৰেন ৰিজিজুৰ • ইতিহাসৰ সৰ্ববৃহৎ ক্ৰিপ্টো হেকিংৰ অভিযোগ! Binanceৰ ৬.৩ বিলিয়ন ডলাৰৰ সম্পত্তি প্ৰভাৱিত • ১ নৱেম্বৰত ৰাহুল গান্ধীৰ ‘চলো দিল্লী’ সমদল ! লোৱা নাই অনুমতি: দিল্লী আৰক্ষী

  9. 30 Oct

    শুকুৰবাৰ, ৩০ অক্টোবৰ ২০২৬ — NewzNow খবৰ

    • সম্পৰ্ক বিচ্ছেদ হ’লেই সন্মতিত গঢ়ি উঠা পূৰ্বৰ শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিব নোৱাৰি: উচ্চতম ন্যায়ালয় • জুবিনৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভাৰ জামিনক প্ৰত্যাহ্বান! উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ • ইজৰাইলৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে নেতানিয়াহুৰ মিত্ৰজোঁটে, কিং মেকাৰ 'আৰব দল' • জীৱনৰ অন্তিম মুহূৰ্তলৈকে দেশবাসীৰ সেৱা কৰি যাম: গুজৰাটত প্ৰধানমন্ত্ৰী মোদী • বৰষুণৰ বাবে পিছুৱালে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী • আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ !১৮ সংখ্যক বৰ্ষপূৰ্তিত উকা হৈ ৰ'ল গণেশগুৰিৰ স্মৃতিসৌধ • ধুবুৰীত আটক ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক! কৰিছিল চেন্নাইলৈ যোৱাৰ পৰিকল্পনা • আমেৰিকাৰ হেঁচাৰ পিছতো ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ, দুসপ্তাহৰ বিৰতিৰ অন্ত

  10. 29 Oct

    বৃহস্পতিবাৰ, ২৯ অক্টোবৰ ২০২৬ — NewzNow খবৰ

    • ‘ইজৰাইলৰ ইছলামিকৰণ’ৰ আশংকা নেতানিয়াহুৰ, নিৰ্বাচনত ‘ভোট চুৰি’ৰ অভিযোগক লৈ বিতৰ্ক • মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত বিজেপিক পৰাস্ত কৰিলে সমাজবাদী পাৰ্টিয়ে, শিক্ষক বিধান পৰিষদৰ আসন দখল লাল বিহাৰী যাদৱৰ • দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদ ভাঙি পেলোৱাত চাৰি সপ্তাহৰ বিৰতি, কেন্দ্ৰৰ আশ্বাস • আৰক্ষীৰ লাঠীলৈ ভয় নকৰিব, ১ নৱেম্বৰত দিল্লীলৈ আহক: ৰাহুল গান্ধী • জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে শান্ত নহয় আছু, দোষীক কঠোৰ শাস্তিৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ • গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্য! দাৰে আক্ৰমণ কৰি চাৰিজনক আহত, গ্ৰেপ্তাৰ আক্ৰমণকাৰী • ৰাইজৰ দলৰ অভিযোগ ভিত্তিহীন, আইনৰ কাষ চাপিব বনজ্যোতি কৌদিন্য • ‘দক্ষিণৰ চিনেমাৰ দৰে জে’লৰ পৰা ওলাই মাফিয়াৰ দৰে গাড়ী চলাইছে অমৃতপ্ৰভাই’, সাক্ষ্যদানৰ পিছতে বিস্ফোৰক মন্তব্য পাৰ্থ গোস্বামীৰ

  11. 27 Oct

    মঙলবাৰ, ২৭ অক্টোবৰ ২০২৬ — NewzNow খবৰ

    • ৫ জনক গুলীয়াই হত্যা অসমৰ আইন-শৃংখলাৰ ভয়াৱহ ছবি: অখিল গগৈ • টকাৰ লেনদেনৰ সংঘাত, মীমাংসাৰ আহ্বানতো নাহিল ঘনকান্ত গগৈ: আত্মীয় • ‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক গাবলৈ বাধ্য কৰোৱাৰ অভিযোগ, কেন্দ্ৰৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে • পহেলগাম আক্ৰমণত ২৬ জন নিহত: ব্ৰিকছ সংসদীয় মঞ্চৰ তীব্ৰ নিন্দা • বিলাস ইন গুলীচালনা: একেটা পৰিয়ালৰ চাৰিজনসহ নিহত পাঁচ • ভোটাৰ পঞ্জীয়নৰ অনলাইন প্ৰ-পত্ৰক লৈ উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ • শিৱসাগৰ-চৰাইদেউত কৃষকলৈ নাৰিকল-তামোলৰ পুলি • ব্যক্তিগত তথ্য সুৰক্ষাৰ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ২১টা সংবাদ প্ৰকাশক

About

প্ৰতিদিনে সন্ধিয়া NewzNow-ৰ মুখ্য খবৰসমূহ অসমীয়াত — কেইমিনিটমানতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ শুনক। newznow.in