নিজাইন আলোচনীৰ উত্তৰ-পূবৰ সাহিত্য শীৰ্ষক আলোচনাত এই খণ্ডত শুনক বিশিষ্ট সাহিত্য সমালোচক আৰু সাংবাদিক মুনীন বায়নৰ গ্ৰন্থ-"সংঘৰ্ষ আৰু সংলাপ" বিষয়ে এটি আলোচনা । আলোচনাটি আগবঢ়াইছে বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে
সংগীত - প্ৰিয়ানুজ পৰাশৰ
#NEZINE's podcast
Download NEZINE App to keep listening to NEZINE's podcast
信息
- 节目
- 发布时间2025年9月5日 UTC 07:30
- 长度13 分钟
- 分级儿童适宜