
1: আলস্যক (laziness and procrastination) পৰাভূত কৰাৰ গোপন ৰহস্য
কোনো কাম সময়মতে কৰিব নোৱাৰিলে তাৰ বাবে আমাৰ আলস্যক দোষাৰোপ কৰা দেখা যায়। কিন্তু কথাটো ভৱা ধৰণে সহজ নহয়। যদিও এয়া একপ্ৰকাৰ আলস্য ইয়াৰ অন্তৰালত কোনো গভীৰ কাৰণ লুকাই আছে। এই কাৰণবোৰ উৎঘাটন কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিলে আলস্যক পৰাভূত কৰা নিশ্চয় সহজ হব। এই বিষয়ে আপোনাৰ প্ৰিয় অনুস্থান "জীৱন উদ্দীপনা" ডাঃ কমল কৃষ্ণ নাথে কিছু কথা আপোনালোকৰ উচৰত দাঙি ধৰিব বিচাৰিছে। আশা কৰিছোঁ শুনি ভাল পোৱাৰ লগতে কিছু উপকৃত হয়। তেন্তে শুনি থাকক আপোনালোকৰ প্ৰিয় অনুস্থানটি।
정보
- 프로그램
- 발행일2020년 11월 22일 오후 3:19 UTC
- 길이6분
- 등급전체 연령 사용가