
2: Dopamine detox কিয় প্ৰয়োজন আৰু কিদৰে আৰম্ভ কৰিব।
ডপামিন নামৰ ৰসায়নবিধ আমাৰ বাবে অতিকে প্ৰয়োজন কাৰণ ই প্ৰাণীৰ উৎসাহ আৰু স্ফূৰ্তি কঢ়িয়াই আনে। কিন্তু মগজুত উৎপন্ন হোৱা এই ৰসায়নবিধৰ অতিচাৰে মগজুৰ লগতে সমগ্ৰ দেহৰে ক্ষতি সাধন কৰে। তাৰ বাবে বিভিন্ন নিচা আৰু স্ফূৰ্তি উৎপন্ন কৰা সাধনবোৰৰ অত্যধিক ব্যৱহাৰক দোষাৰোপ কৰিব পাৰি। পিছে কিদৰে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। তাৰ প্ৰথম খোজ হৈছে ডপামিন উপবাস বা নিৰস্ত্ৰীকৰণ। এই বিষয়ে কিছুকথা আজিৰ প'দাকাষ্টটোত ডাঃ কমল কৃষ্ণ নাথে কব বিচাৰিছে। তেন্তে শুনকচোন।
Información
- Programa
- Publicado23 de noviembre de 2020, 3:58 p.m. UTC
- Duración8 min
- ClasificaciónApto