
7. নিজকে ফিট হিচাপে গঢ় দিও আহকঃ (ফিটনেছ গঢ় দিয়াৰ প্ৰথম খোজ) : Basic knowledge to develop fitness
ফিটনেছ কোনেনো নিবিচাৰে। প্ৰত্যেকেই বিচাৰে। কিন্তু কিছু প্ৰাথমিক জ্ঞান, অকমান ধৈৰ্য আৰু সংকল্পৰ অভাৱত আমি এই ফিটনেছ যাত্ৰা আৰম্ভ কৰিব নোৱাৰে। এই Podcast episode টোত আমি আপোনাক নিজকে এজন ফিট ব্যক্তিৰ ৰূপত গঢ় দিবলৈ চেষ্টা কৰিম। আশাকৰিছো ভাল পাব।
Информация
- Подкаст
- Опубликовано23 апреля 2021 г. в 11:12 UTC
- Длительность9 мин.
- ОграниченияБез ненормативной лексики