NEZINE's Podcast

NEZINE

NEZINE's Podcast is the audio bridge to India's Northeast  RSSVERIFY 

  1. 1d ago

    দুগৰাকী তৰুণ চিত্ৰশিল্পী মনজিৎ ৰাজখোৱা আৰু ড০ স্তুতি বৰগোহাঁইৰ সৈতে কথোপকথন

    Got something to say to this podcast? Send a voicemail, and you might hear yourself on the next episode! নিজাইন প’ডকাষ্টৰ এই খণ্ডত শুনক দুগৰাকী তৰুণ চিত্ৰশিল্পী মনজিৎ ৰাজখোৱা আৰু ড০ স্তুতি বৰগোহাঁইৰ সৈতে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰৰ এক কথোপকথন । এই কথোপকথনটি বাণীবন্ধন কৰা হৈছিল গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ কলা বিথিকাত দুয়োগৰাকী চিত্ৰশিল্পীৰ দ্বাৰা ১০-১১ অক্টোবৰ, ২০২৬ত যৌথভাৱে আয়োজিত "নিসৰ্গ...সেউজীয়া গান" শীৰ্ষক চিত্ৰ শিল্প প্ৰদৰ্শনথলীত । This episode of NEZINE's podcast features a conversation in Assamese with two young Artists -- Manjit Rajkhowa and Dr Stuti Borgohain hosted by NEZINE Executive Editor Ratna Bharali Talukdar. The conversation was recorded at Guwahati Artist' Guild Gallery during an exhibition of paintings of the two Artists titled "Nixargo...the green song" organised by them on October 10-11, 2026. সংগীতঃ প্ৰিয়ানুজ পৰাশৰ

    দুগৰাকী তৰুণ চিত্ৰশিল্পী মনজিৎ ৰাজখোৱা আৰু ড০ স্তুতি বৰগোহাঁইৰ সৈতে কথোপকথন
  2. Sep 11

    একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী: ধাৰাবাহিকতা আৰু পৰিৱৰ্তন | অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা

    Got something to say to this podcast? Send a voicemail, and you might hear yourself on the next episode! NEZINE's podcast নিজাইন পডকাষ্টৰ এই খণ্ডত শুনক বিশিষ্ট ৰাজনৈতিক বিজ্ঞানী, লেখক, আৰু বুদ্ধিজীৱি অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই প্ৰদান কৰা আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (ABILAC) ৰ প্ৰাক্তন সঞ্ছালক, বিশিষ্ট লেখক, গৱেষক তথা সমাজ বিজ্ঞানী ড০ প্ৰফুল্ল মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ মূল বক্তৃতাৰ বাণীবদ্ধ ৰুপ । বিষয় – একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী: ধাৰাবাহিকতা আৰু পৰিৱৰ্তন । NEZINE podcast: Dr Prafulla Mahanta Memorial Lecture delivered in Assamese by eminent political scientist, author and intellectual Prof. Apurba Kumar Baruah on the topic Assamese Middle Class of the Twenty First Century: Continuity and Change. Photo courtesy: Dr Rahul Mahanta

    একৈশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী: ধাৰাবাহিকতা আৰু পৰিৱৰ্তন | অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা

About

NEZINE's Podcast is the audio bridge to India's Northeast  RSSVERIFY