
My podcast (4): আপোনাৰ স্মৃতি শক্তি হ্ৰাস হোৱা যেন অনুভৱ হৈছে নেকি!
দৈনন্দিন জীৱনত আমি কেতিয়াবা সৰু সৰু কথা পাহৰি যাওঁ। তেনে সময়ত আমাৰ স্মৃতি শক্তি কমি যোৱা যেন অনুভৱ হয়। কিন্ত কথাটো সিমান জটিল নহবও পাৰে। অথবা কেতিয়াবা আমি এই বিষয়টোক অৱহেলা নকৰি চিকিৎসকৰ ওচৰ চপা উচিত। এই বিষয়ে কিছু কথা অৱতাৰণা কৰিছে ডাঃ কমল কৃষ্ণ নাথে এই জীৱন উদ্দীপনা নামৰ অনুস্থানটিৰ মজিয়াত।
信息
- 节目
- 发布时间2020年12月1日 UTC 09:20
- 长度17 分钟
- 分级儿童适宜